Phule Phule aji Xuwoni | Zubeen Garg| Assamese Lyrical HD Video | Audio | Mp3 |
Uploader: সৰাপাত
Original upload date: Mon, 20 Apr 2020 00:00:00 GMT
Archive date: Tue, 21 Dec 2021 19:35:34 GMT
Phule Phule aji Xuwoni
Xojai Tulise Dhoroni
L Y R I C S :
ফুলে ফুলে আজি শুৱনি
সজাই তুলিছে ধৰণী
ফুলে ফুলে আজি শুৱনি
সজাই তুলিছে ধৰণী
ফুলে ফুলে আজি শুৱনি
সজাই তুলিছে ধৰণী
কলিজা কঁপোৱা চাওনিৰে
কিয়
...
মৰমী
কৰা বলিয়া আজি
চিকুণ কোমল ই দেহকে
আলফুলীয়া মনকে
জিনিব নোৱাৰা নোৱাৰা
ভুলাব কথাৰে
নহওঁ বলিয়া আমি
ফুলে ফুলে আজি শুৱনি
সজাই তুলিছে ধৰণী...
কাষলে এবাৰ আহাচোন
বুকুৰে আপোন হোৱাচোন
দুটি মিঠা কথা কোৱাচোন
বুকুখন ধপে-ধপাইচোন
জানি-শুনি কিয় কৰোঁ ভুল
মৰিবলে আমাৰ মন নাই
মিছা মিছা কথা শুনিলেই
খঙে চুলিৰে আগ পায়৷
সাত সাগৰ যদি
পাৰ হ’ব লাগে
পাৰ হ’ম আমি
প্ৰেমৰেই বাবে
ফুলে ফুলে আজি শুৱনি
সজাই তুলিছে ধৰণী
গানে গানে মোলৈ চোৱাচোন
তালে তালে হিয়া দিয়াচোন
বুকুতে হাত দি চোৱাচোন
সপোনত বুজি পোৱা সোণ
কিয় কৰা আমনি আমাক?
বাৰে বাৰে একে কথা কৈ
নিজে নিজে সময় হ’লে
বৈ আহে মৰমৰে নৈ
জোন তৰা পাৰি দিব যদি লাগে
পাৰি দিম আমি প্ৰেমৰেই বাবে
ফুলে ফুলে আজি শুৱনি
সজাই তুলিছে ধৰণী
কলিজা কঁপোৱা চাওনিৰে
কিয় মৰমী
কৰা বলিয়া আজি
চিকুণ কোমল ই দেহকে
আলফুলীয়া মনকে
জিনিব নোৱাৰা নোৱাৰা
ভুলাব কথাৰে
নহওঁ বলিয়া আমি
ফুলে ফুলে আজি শুৱনি
সজাই তুলিছে ধৰণী
#Related_Songs_:
Song : O mur Majoni
Album : Tumi mur priya
Artist : Sonu Nigam
Music : Abhijit Barman
Lyrics : Mrinal Kanti
Label : Wave Music Assam
👉 https://youtu.be/Tvc6_xRXvck
Song : Logori tumi mur hobane
Singer : Sonu Nigam
Album : Jaan
Music : Abhijit Barman
Lyrics : Vijay Bhuiya, Mrinal Kanti, Palash Gagoi
👉 https://youtu.be/oxiQQiS13Es
Horini Noyona Tumi Oporupa
Singer : Udit Narayan
👉 https://youtu.be/X6c8nuhHxOg
L I K E || C O M M E N T || S U B S C R I B E
Disclaimer :
We do not own all the material we were posting on this channal. If you are a copyright owner and want your work to be removed from our channal please contact us on Blogger or leave us a comment here and we will remove your material right away.
Please do not opt for a Youtube strik.
Channel Link :
👉 https://tinyurl.com/Sorapaat
Blogger Page :
👉 https://sorapaat.blogspot.com/
० Sorapaat ० সৰাপাত ० সরাপাত ० सरापात
©Copyright Disclaimer :
Copyright Disclaimer under section 107 of the Copyright Act of 1976, allowance is made for “fair use” for purposes such as criticism, comment, news reporting, teaching, scholarship, education and research. Fair use is a use permitted by copyright statute that might otherwise be infringing. Non-profit, educational or personal use tips the balance in favor of fair use.
#Phule_Phule_Aji_Xuwoni
#Xojai_Tulise_Dhoroni
#ফুলে_ফুলে_আজি_শুৱনি
#সজাই_তুলিছে_ধৰণী
#An_Assamese_Song_By_Zubeen_Garg
#Zubeen_Garg
#Assamese_Lyrical_HD_Video
Show more